দৌল গোবিন্দদৌল-দেৱালয়

দৌল গোবিন্দ মন্দিৰ (Assamese) [ Roman: doul go`.bin.do mon.dir]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2011-10-03
1. HinduismPlace(Proper Noun) A famous Krishna temple, situated in North Guwahati. The temple has two idols, i.e. of Lord Shyamaray and Lord Govinda. 'Dol' utsav or `Holi` is celebrated here in the month of February every year with much funfair. অসমৰ উত্তৰ গুৱাহাটীৰ চন্দ্ৰভাৰতী পাহাৰত শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰ অৱস্থিত৷ প্ৰধানতঃ এই মন্দিৰত ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনা কৰা হয়৷ প্ৰত্যেক বছৰৰ ফেব্ৰুৱাৰী মাহত স্থানীয় লোকসকলে এই মন্দিৰত ফাকুৱা উৎসৱ উদ্‌যাপন কৰে৷